babu asoni form


CM Announces ‘Assam Babu Scheme 2026’ for Students: Financial Assistance up to ₹2,000 Monthly
The Chief Minister of Assam has announced a new welfare initiative named the ‘Babu Scheme’ to provide financial support to students pursuing higher education. Under this scheme, eligible students will receive monthly stipends to help cover their educational expenses.
Key Highlights of the Babu Scheme:
- Commencement Date: The scheme is set to be implemented starting from 1st February.
- Benefit for Post-Graduate (PG) Students: Female students pursuing post-graduation will receive a monthly stipend of ₹2,000.
- Benefit for Under-Graduate (UG) Students: Female students pursuing graduation will be provided with ₹1,000 per month.
- Eligibility Criteria: This financial assistance is specifically for children of parents whose annual income is below ₹4 Lakhs.
- Official Announcement: The Chief Minister officially declared the ‘Babu Scheme’ as a dedicated support system for the student community.
ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: আহিল ‘বাবু আঁচনি’ (Assam Babu Scheme 2026)
অসম চৰকাৰে ৰাজ্যৰ ছাত্ৰসকলৰ উচ্চ শিক্ষাৰ পথত সহায় কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নতুন ‘Assam Babu Scheme 2026’। এই আঁচনিৰ জৰিয়তে ছাত্ৰসকলক মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
আঁচনিখনৰ বিশেষত্বসমূহ:
- কাৰ্যকৰী হোৱাৰ তাৰিখ: এই আঁচনি অহা ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ’ব.
- স্নাতকোত্তৰ (PG) ছাত্ৰীৰ বাবে সাহায্য: স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতি মাহে ২,০০০ টকাকৈ লাভ কৰিব.
- স্নাতক (UG) ছাত্ৰীৰ বাবে সাহায্য: স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীসকলে প্ৰতি মাহে ১,০০০ টকাকৈ লাভ কৰিব.
- যোগ্যতাৰ চৰ্ত: যিসকল শিক্ষাৰ্থীৰ পিতৃ-মাতৃৰ বাৰ্ষিক উপাৰ্জন ৪ লাখ টকাতকৈ কম, সেইসকল সন্তানেহে এই সাহাৰ্য লাভ কৰিব.
মুখ্যমন্ত্ৰীৰ এই ঘোষণাই বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষা চলাই নিয়াত যথেষ্ট সহায় কৰিব।

