
BSF Recruitment 2026: Apply for 549 Constable (Sports Quota) Posts
The Border Security Force (BSF) has released a new job notice for sports persons. They are looking to hire 549 Constables (General Duty) under the Sports Quota. Both male and female athletes from India can apply for these government jobs.
🔹 Recruitment Summary BSF Recruitment 2026
- Organization: Border Security Force (BSF)
- Post Name: Constable (General Duty)
- Total Vacancies: 549 (277 for Men and 272 for Women)
- Apply Mode: Online Only
🧑💼 Salary and Age Limit
- Pay Scale: ₹21,700 – ₹69,100 per month (Level-3)
- Age Limit: 18 to 23 years old as of August 1, 2025
📝 How to Apply
Interested players should visit the official BSF website at https://rectt.bsf.gov.in to fill out the form. No other way of applying is allowed.
📅 Important Dates
- Application Starts: December 27, 2025
- Last Date to Apply: January 15, 2026
/ বি এছ এফ কনিষ্টবল নিযুক্তি ২০২৬: ৫৪৯ টা পদৰ বাবে মুকলি আবেদন
সীমা সুৰক্ষা বল (BSF)-এ ক্ৰীড়া কোটাৰ (Sports Quota) অধীনত ৫৪৯ টা কনিষ্টবল (General Duty) পদৰ বাবে এক নিয়োগ জাননী জাৰী কৰিছে। যোগ্য ভাৰতীয় পুৰুষ আৰু মহিলা খেলুৱৈসকলে ইয়াৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।
🔹 নিযুক্তিৰ সংক্ষিপ্ত বিৱৰণ
- সংস্থা: সীমা সুৰক্ষা বল (BSF)
- পদৰ নাম: কনিষ্টবল (General Duty)
- মুঠ খালী পদ: ৫৪৯ (২৭৭ পুৰুষ + ২৭২ মহিলা)
- আবেদনৰ মাধ্যম: কেৱল অনলাইন
🧑💼 দৰমহা আৰু বয়সৰ সীমা
- দৰমহা: ২১,৭০০ – ৬৯,১০০ টকা (Level-3)
- বয়সৰ সীমা: ১৮ ৰ পৰা ২৩ বছৰ (১ আগষ্ট ২০২৫ লৈ)
📝 আবেদন কেনেকৈ কৰিব?
যোগ্য খেলুৱৈসকলে বি এছ এফৰ অফিচিয়েল ৱেবছাইট https://rectt.bsf.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।
📅 গুৰুত্বপূৰ্ণ তাৰিখসমূহ
- আবেদন আৰম্ভ: ২৭ ডিচেম্বৰ, ২০২৫
- আবেদনৰ অন্তিম তাৰিখ: ১৫ জানুৱাৰী, ২০২৬ (নিশা ১১:৫৯ বজাত)
অসমৰ ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ: মুখ্যমন্ত্ৰীৰ নতুন ‘বাবু আঁচনি’ ঘোষণা
